তুলা, ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ

আপুনি বিবাহপাশত আবদ্ধ হোৱাৰ বিষয়টো উত্থাপনৰ সম্ভাৱনা আছে। নতুন যোগাযোগৰ পৰা আপুনি উপকৃত হব।
তুলা, ২৩ ছেপ্টেম্বৰৰ পৰা ২৩ অক্টোবৰলৈ
Published on: 

আপুনি এটা ভাল দিনৰ দিশে অগ্ৰসৰ হৈছে। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে কোনো পৰিকল্পনা কৰিব আৰু দুয়োজনৰে আগ্ৰহৰ কথা-বতৰা ভাগ-বাটোৱাৰা কৰি উপভোগ কৰিব। আপুনি বিবাহপাশত আবদ্ধ হোৱাৰ বিষয়টো উত্থাপনৰ সম্ভাৱনা আছে। নতুন যোগাযোগৰ পৰা আপুনি উপকৃত হব। আপুনি খৰধৰকৈ সিদ্ধান্ত সলনি কৰিবলগীয়া হব পাৰে। আপুনি ব্যক্তিগত কামৰ বাবে সময় উলিয়াব নোৱাৰিব পাৰে। আপোনাৰ বিত্তীয় অৱস্থা ভাল হব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com