মীন

আপুনি নিজৰ প্ৰকল্পৰ বাবে ঋণ পাব। কোনো ধৰণৰ বিচ্যুতি নোহোৱাকৈ আপুনি কাম সম্পূৰ্ণ কৰিব পাৰিব।
মীন
Published on

প্ৰেমিক বা প্ৰেমিকাক লগ পাই আপুনি আজি অতি উত্ফুল্লিত হ'ব । আপুনি প্ৰিয়জনৰ বাবে আজিৰ দিনটো বিশেষ কৰি তোলাৰ বাবে যত্নৰ ত্ৰুটি নকৰিব। কৰ্মহীনসকলে নতুন কামৰ সন্ধান পাব। ব্যৱসায়ৰ পৰা হোৱা লাভালাভ ভাল হ'ব। আপুনি নিজৰ প্ৰকল্পৰ বাবে ঋণ পাব। কোনো ধৰণৰ বিচ্যুতি নোহোৱাকৈ আপুনি কাম সম্পূৰ্ণ কৰিব পাৰিব।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com