মীন(১৯ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ)

আপোনাৰ বিত্তীয় অৱস্থা ভালে থাকিব।আপুনি বিবাহৰ দিশে আগবাঢ়িব পাৰে ।
মীন(১৯ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ)

আপুনি এক ভাল সময় উপভোগ কৰিব। ভাগ্য আপোনাৰ প্ৰতি সুপসন্ন হব। আপুনি কৰ্মস্থলীৰ বাহিৰত এজন অপৰিচিত ব্যক্তিৰ সৈতে সম্পৰ্ক কৰাৰ সুযোগ পাব। আপোনাৰ নাম-ধাম বৃদ্ধি পাব। আপোনাৰ বিত্তীয় অৱস্থা ভালে থাকিব।আপুনি বিবাহৰ দিশে আগবাঢ়িব পাৰে ।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com