মীন, ১৯ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ

আপুনি আপোনাৰ বাসগৃহৰ প্ৰতি মনোযোগ দিব আৰু পৰিয়ালৰ প্ৰতি থকা দায়িত্ব পালন কৰিব
মীন, ১৯ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ
Published on

আজিৰ দিনটো আপোনাৰ বাবে সুখ-সন্তুষ্টিৰে ভৰা দিন হব। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে সময় গুৰুত্বসহকাৰে পাৰ কৰিব। আজিৰ দিনটো আপোনাৰ বাবে প্ৰগতিশীল দিন হব। আপুনি আপোনাৰ মৰ্যাদা আৰু সক্ষমতাৰ বাবে ধন লাভ কৰিব। আপুনি আপোনাৰ বাসগৃহৰ প্ৰতি মনোযোগ দিব আৰু পৰিয়ালৰ প্ৰতি থকা দায়িত্ব পালন কৰিব। ইয়ে আপোনাৰ পৰিয়ালক সন্তুষ্ট কৰিব।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com