মীন, ১৯ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ

মীন, ১৯ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ
Published on

বিত্তীয় সমস্যাই আজি আপোনাৰ মন ভৰি থাকিব। অস্থায়ী সমস্যাত আপুনি মনোনিৱেশ কৰিবলৈ বাধ্য হব আৰু সংগীৰ প্ৰতি উপযুক্ত সঁহাৰি দিয়াটো কঠিন হব। ইয়ে আপোনাৰ মন অধিক অশান্ত কৰি তুলিব পাৰে। অৱশ্যে কৰ্মস্থলীত আপুনি যিবোৰ সমস্যাৰ সন্মুখীন হব বুলি ভাবিছিল, সেই সমস্যাবোৰ দূৰ হব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com