মীন, ১৯ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ

কেৰিয়াৰৰ দিশৰ পৰা আজিৰ দিনটো আপোনাৰ বাবে ভাল। কামত আপোনাৰ স্থিতিস্থাপকতাৰ জৰিয়তে আপুনি লাভ অৰ্জন কৰিব।
মীন, ১৯ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ
Published on

আজি আপোনাৰ ভাবাবেগ পৰিয়ালৰ চিন্তাই দখল কৰি থাকিব। গতিকে আপুনি আনদিনৰ লেখীয়াকৈ আজি প্ৰেম-ৰোমান্সৰ মূহূৰ্ত কটাব নোৱাৰিব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক প্ৰতিশ্ৰুতি দিয়াৰ সময়ত বাস্তৱবাদী হওক। কেৰিয়াৰৰ দিশৰ পৰা আজিৰ দিনটো আপোনাৰ বাবে ভাল। কামত আপোনাৰ স্থিতিস্থাপকতাৰ জৰিয়তে আপুনি লাভ অৰ্জন কৰিব। প্ৰতিজন ব্যক্তিৰ সৈতে আপুনি মিলিব পৰাৰ দক্ষতা আপোনাৰ বাবে যোগাত্মক দিশ।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com