মীন, ১৯ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ

আজিৰ দিনটো আপোনাৰ বাবে শান্তিপূৰ্ণ হব। আপুনি এয়া সম্পূৰ্ণ উপভোগ কৰিব।
মীন, ১৯ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ
Published on: 

আপুনি প্ৰেমৰ ক্ষেত্ৰত কোনো দ্বিতীয় সম্পৰ্ক গঢ়িবলৈ চেষ্টা কৰিব। ইয়ে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক অনুভৱ কৰিবলৈ বাধ্য কৰিব যে আপুনি তেওঁক গুৰুত্ব দিবলৈ এৰিছে। আপুনি দক্ষতা প্ৰদৰ্শন কৰিব। আজিৰ দিনটো আপোনাৰ বাবে শান্তিপূৰ্ণ হব। আপুনি এয়া সম্পূৰ্ণ উপভোগ কৰিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com