মীন, ১৯ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ

ইয়াৰ জৰিয়তে আপুনি কাৰ্যালয়ৰ মুৰব্বীৰ পৰা প্ৰশংসা অৰ্জন কৰিবলৈ সক্ষম হব। আপুনি পদোন্নতি পাব পাৰে।
মীন, ১৯ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ

আজিৰ দিনটো আপোনাৰ বাবে সুখ আৰু আনন্দৰ দিন।আপোনাক মুগ্ধ কৰি কোনোবা এজনক প্ৰেমৰ প্ৰস্তাৱ প্ৰখমে আগবঢ়াবলৈ আপুনি সংকোচ কৰিব পাৰে। আপুনি বিকল্প সঠিকভাবে নিৰ্ধাৰণ কৰি লওক। সম্পূৰ্ণ দায়বদ্ধতাৰে আপুনি কৰ্ম-সম্পাদন কৰিব। ইয়াৰ জৰিয়তে আপুনি কাৰ্যালয়ৰ মুৰব্বীৰ পৰা প্ৰশংসা অৰ্জন কৰিবলৈ সক্ষম হব। আপুনি পদোন্নতি পাব পাৰে।   

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com