মীন, ১৯ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ

শত্ৰু আৰু প্ৰতিদ্বন্দীয়ে আপোনাক আবেগিকভাবে ধ্বংস কৰাৰ চেষ্টা কৰিব। আপুনি ব্যৱসায়িক ভ্ৰমণৰ সুযোগ পাব।
মীন, ১৯ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ
Published on: 

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক লৈ সন্দেহৰ আবৰ্তত থাকিব। আত্মসন্মানৰ অভাবে আপোনাক আনন্দ উপভোগৰ পৰা বঞ্চিত কৰিব। আপুনি কোনোজনৰ অনুপস্থিতি অনুভৱ কৰি আবেগিক হৈ পৰিব। শত্ৰু আৰু প্ৰতিদ্বন্দীয়ে আপোনাক আবেগিকভাবে ধ্বংস কৰাৰ চেষ্টা কৰিব। আপুনি ব্যৱসায়িক ভ্ৰমণৰ সুযোগ পাব। ইয়ে আপোনাক লাভাম্বিত কৰিব।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com