মীন, ১৯ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ

মীন, ১৯ ফেব্ৰুৱাৰীৰ পৰা  ২০ মাৰ্চলৈ
Published on: 

আপোনাৰ অনুকূল গ্ৰহাৱস্থানে আপোনাৰ প্ৰগতিৰ দুৱাৰ মুকলি কৰিব। আজি আপুনি সম্পূৰ্ণ আত্মবিশ্বাসত থাকিব আৰু আপুনি উত্সৰ্গিকৃত মনোবাব আৰু আন্তৰিকতাৰে কাম কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল আপোনাৰ পক্ষে হব। কোনো নাৰীয়ে আপোনালৈ বন্ধুত্বৰ প্ৰস্তাৱ আগবঢ়াব। কিন্তু আপুনি আবেগিক সিদ্ধান্ত নলয়। হৃদয়ৰ পৰিৱৰ্তে আপুনি মগজুৰে সিদ্ধান্ত লব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com