মীন, ১৯ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ

আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাৰ বাবে অধিক কিছু কাম কৰিব।
মীন, ১৯ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ
Published on: 

আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে হোৱা এক সৰু-সুৰা কাজিয়াই আপোনাৰ মুড নষ্ট কৰিব পাৰে। কিন্তু ইয়ে প্ৰেমৰ সম্পৰ্ক অধিক শক্তিশালী কৰিব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাৰ বাবে অধিক কিছু কাম কৰিব। যিয়ে আপোনাৰ দিনটোত হোৱা ক্ষতি পূৰণ কৰিব। কৰ্মস্থলীত আপুনি বৃহত সফলতা অৰ্জন কৰিবলৈ সক্ষম হব। আপোনাৰ আত্মবিশ্বাস আৰু শক্তি-সামৰ্থ অটুট থাকিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com