মীন, ১৯ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ

আপুনি কিছু নতুন কথা শিকিবলৈ উদ্বিগ্ন হৈ থাকিব। ধন অৰ্জনৰ বাবেও আপুনি ভাল সময় পাব।
মীন, ১৯ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ
Published on: 

আজি আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে বিয়াৰ কথা পতাৰ সম্ভাৱনা আছে আৰু ইয়াৰ উদযাপন আৰম্ভ হব। আপুনি আৰু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই বন্ধুবৰ্গক পাৰ্টী দিবলৈ আৰম্ব কৰিব। আপুনি কিছু নতুন কথা শিকিবলৈ উদ্বিগ্ন হৈ থাকিব। ধন অৰ্জনৰ বাবেও আপুনি ভাল সময় পাব। আপোনাৰ সাহস আৰু মনোবল উচ্চ হৈ থাকিব। আপুনি আপোনাৰ কৰ্মক্ষোত্ৰত উজলি উঠিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com