Top
Begin typing your search above and press return to search.

মীন, ১৯ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ

কৰ্মস্থলীত আপুনি উতৰ্গীকৃত মানসিকতা আৰু আন্তৰিকতাৰে কাম কৰিব। আপোনাৰ লক্ষ্য আৰু উদ্দেশ্যে হেৰাই যাবলৈ নিদিব

মীন, ১৯ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 Sep 2020 4:55 AM GMT

কামেই আপোনাৰ আজিৰ দিনটোৰ সিংহভাগ সময় অধিকাৰ কৰি থাকিব। কিন্তু আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে কিছু ভাল সময় কটোৱাৰ চেষ্টা কৰিব আৰু ই আপোনালোক দুয়োজনৰ বাবে উত্কৃষ্ট সময় হব। কৰ্মস্থলীত আপুনি উতৰ্গীকৃত মানসিকতা আৰু আন্তৰিকতাৰে কাম কৰিব। আপোনাৰ লক্ষ্য আৰু উদ্দেশ্যে হেৰাই যাবলৈ নিদিব। জ্যেষ্ঠসকলৰ পৰা আপুনি আশীৰ্বাদ লাভ কৰিব।

Next Story