মীন, ১৯ ফেব্ৰুৱাৰী পৰা ২০ মাৰ্চলৈ

জ্যেষ্ঠজনৰ পৰামৰ্শৰ পৰা আপুনি উপকৃত হব। আপুনি নতুন ব্যক্তিৰ সৈতেও সম্পৰ্ক স্থাপন কৰিব।
মীন, ১৯ ফেব্ৰুৱাৰী পৰা ২০ মাৰ্চলৈ
Published on: 

আজিৰ দিনটো নিয়মমাফিকভাবে আগবাঢ়িব যদিও স্বামী-স্ত্ৰীয়ে সুখৰ মূহূৰ্ত অতিবাহিত কৰিব। ইজনে সিজনৰ সংগ উপভোগ কৰিব। আপুনি কোনোবাই ঘূৰাই দিবলৈ বাকী থকা ধন লাভ কৰিব। জ্যেষ্ঠজনৰ পৰামৰ্শৰ পৰা আপুনি উপকৃত হব। আপুনি নতুন ব্যক্তিৰ সৈতেও সম্পৰ্ক স্থাপন কৰিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com