Top
Begin typing your search above and press return to search.

মীন, ১৯ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ

প্ৰেম-ৰোমান্সৰ ক্ষেত্ৰত আপুনি নতুন সম্পৰ্ক গঢ়ি তুলিব। আপোনাৰ চেষ্টাৰ ফল ভাল হব।

মীন, ১৯ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Sep 2020 3:45 AM GMT

মীনপ্ৰত্যাহ্বানজনক পৰিস্থিতিয়ে আপোনাক কামৰ বাবে সাজু কৰি তুলিব। আপোনাৰ প্ৰ্ৰেমিক বা প্ৰেমিকাই সৃষ্টি কৰা কিছু অভাৱনীয় পৰিস্থিতিয়ে আপোনাক পৰিস্থিতিৰ সৈতে চামিল হোৱাত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব। প্ৰেম-ৰোমান্সৰ ক্ষেত্ৰত আপুনি নতুন সম্পৰ্ক গঢ়ি তুলিব। আপোনাৰ চেষ্টাৰ ফল ভাল হব। কিন্তু তাৰ বাবে আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। আৰু সঠিক সময়লৈ অপেক্ষা কৰক।

Next Story