মীন, ১৯ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ

এই সময়ছোৱা আপোনাৰ বাবে জ্ঞান বৃদ্ধিৰ সময়। সামাজিক কাম-কাজত আপুনি জড়িত হৈ পৰিব।
মীন, ১৯ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ

আপুনি বৰ্তমানৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে বিবাহৰ সিদ্ধান্ত লব। ফলস্বৰূপে আপুনি কেতবোৰ গুৰুত্বপূৰ্ণ কাম-কাজত মনোনিৱেশ কৰিব। এই বিষয়ে চিন্তা কৰি আপুনি যথেষ্ট সময় অতিবাহিত কৰিব। এই সময়ছোৱা আপোনাৰ বাবে জ্ঞান বৃদ্ধিৰ সময়। সামাজিক কাম-কাজত আপুনি জড়িত হৈ পৰিব। আপুনি অতি ব্যস্ত হব পাৰে। আপোনাৰ বিত্তীয় অৱস্থা ভালে থাকিব।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com