Top
Begin typing your search above and press return to search.

মীন, ১৯ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ

আপুনি আপোনাৰ ওপৰত নিৰ্ভৰশীলসকলৰ যত্নও লব। আপুনি যিয়েই নকৰক তাতে সন্তুষ্ট হব আৰু আগবাঢ়ি যাব।

মীন, ১৯ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 Sep 2020 4:04 AM GMT

প্ৰেম-প্ৰীতিত সুখ থাকিব, কিন্তু আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ আচৰণত বহু ভুল-ত্ৰুটি দেখিব। আপুনি প্ৰত্যাশা সাধাৰণতে কম কৰি ৰাখিব কিন্তু আপুনি হতাশ হব পাৰে। আপুনি সামাজিক কাম-কাজত অংশগ্ৰহণ কৰিব। আপুনি আপোনাৰ ওপৰত নিৰ্ভৰশীলসকলৰ যত্নও লব। আপুনি যিয়েই নকৰক তাতে সন্তুষ্ট হব আৰু আগবাঢ়ি যাব।

Next Story