ধনু(২৩ নৱেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ)

এনে অনাকংক্ষিত পৰিস্থিতিৰ মাজতো আপুনি শান্ত আৰু ধীৰ-স্থিৰ হৈ থাকিব।
ধনু(২৩ নৱেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ)
Published on: 

আজি আপোনাক আপোনাৰ বিত্তীয় অৱস্থাই কিছু চিন্তিত কৰিব। আজি আপুনি অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। ইয়ে আপোনাক হতাশ কৰিব পাৰে। এনে অনাকংক্ষিত পৰিস্থিতিৰ মাজতো আপুনি শান্ত আৰু ধীৰ-স্থিৰ হৈ থাকিব।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com