ধনু, ২৩ নৱেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ

অন্যথা আপুনি অশান্তিৰ সন্মুখীন হব পাৰে। ইয়ে প্ৰেমৰ সম্পৰ্কত ব্যাঘাত জন্মাব পাৰে।
ধনু, ২৩ নৱেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ
Published on

আজিৰ দিনটোত আপোনাৰ মেজাজ শীতল কৰি ৰাখিব। অন্যথা আপুনি অশান্তিৰ সন্মুখীন হব পাৰে। ইয়ে প্ৰেমৰ সম্পৰ্কত ব্যাঘাত জন্মাব পাৰে। আহি থকা দিনবোৰতো শান্তি, স্ফূৰ্তি আৰু ধন-সম্পত্তিৰ ফালৰ পৰা আপুনি সন্তুষ্ট হ'ব। পূৰ্ণ উত্সাহেৰে কৰ্মত আপুনি মনোনিৱেশ কৰিব পাৰিব। আপোনাৰ বাসগৃহ সজোৱা আৰু পুনৰ-নিৰ্মাণৰ বাবে আপুনি পৰিকল্পনা কৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com