প্ৰেমিক বা প্ৰেমিকাক লগ পোৱাৰ আনন্দই আজি আপোনাৰ হিয়া থৌকি—াথৌ কৰি ৰাখিব। আজিৰ দিনটো প্ৰিয়জনৰ বাবে বিশেষ কৰি তুলিবলৈ আপুনি চেষ্টাৰ ত্ৰুটি নকৰিব। আপোনাৰ মৰ্যাদা বৃদ্ধি পাব। যুৱক-যুৱতীসকলে প্ৰিয়জনৰ সান্নিধ্যত সময় অতিবাহিত কৰিব।