ধনু, ২৩ নৱেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ

ধনু, ২৩ নৱেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ
Published on

আপুনি বিনিয়োগ কৰিবলৈ প্ৰলোভিত হব। কিন্তু এনে নকৰিবলৈ আপোনাক উপদেশ দিয়া হব। বিনিয়োগৰ লেখীয়া কামৰ বাবে সময় অনুকূল নহয়। শত্ৰুৱেও আপোনাক আমনি কৰিব। ব্যৱসায়ত আপুনি লোকচান ভৰিব। সংগীৰ সৈতে আপোনাৰ সম্পৰ্কৰো একেবাৰে অৱনতি ঘটিব। ভগৱানৰ ওপৰত আপোনাৰ বিশ্বাস অটুট থাকিব আৰু তেওঁৰ সহায়ত আপুনি সন্মুকীন হোৱা সংকটৰ পৰা পৰিত্ৰাণ পাব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com