ধনু, ২৩ নৱেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ

আপুনি নীৰৱতা অৱলম্বন কৰাটো শ্ৰেয় হব আৰু সংগীয়ে যি কৈছে সেয়া শুনাটো ভাল হব।
ধনু, ২৩ নৱেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ
Published on: 

আপোনাৰ সংগী আজি চিন্তাৰ মাজত থকা যেন বোধ হব। আপুনি কোনো অৰ্থহীন আলোচনাত লিপ্ত হব আৰু ইয়ে সম্পৰ্কত জটিলতাৰ সৃষ্টি কৰিব। আপুনি নীৰৱতা অৱলম্বন কৰাটো শ্ৰেয় হব আৰু সংগীয়ে যি কৈছে সেয়া শুনাটো ভাল হব। সেই কথাত যুক্তি থাকিব। আপুনি সম্পৰ্কৰ গুৰুত্ব অনুধাৱন কৰিব আৰু সিন্ধান্ত খৰতকীয়াকৈ লব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com