ধনু, ২৩ নৱেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ

আপোনাৰ কাম-কাজে সমাজত আপোনাৰ ভাল নাম আৰু যশস্যা আনিব। বিত্তীয় অৱস্থাক লৈ আপুনি উদ্বিগ্ন হব নালাগিব।
ধনু, ২৩ নৱেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ
Published on: 

আনন্দ-স্ফূৰ্তি অনেক পাব। আপুনি আৰু আপোনাৰ প্ৰিয়জনে একেলগে সময় অতিবাহিত কৰিব পাৰিব আৰু মুহূৰ্ত অধিক কটাবলৈ আপুনি বিচাৰিব। একেলগে ভ্ৰমণৰ সুযোগ পাব পাৰে। ধৰ্মীয় বা আধ্যাত্মিক কামৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব পাৰে। আপোনাৰ কাম-কাজে সমাজত আপোনাৰ ভাল নাম আৰু যশস্যা আনিব। বিত্তীয় অৱস্থাক লৈ আপুনি উদ্বিগ্ন হব নালাগিব।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com