ধনু, ২৩ নৱেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ

অৱশ্যে ভৰি বা চকুৰ ৰোগত ভুগিব পাৰে। আপোনাৰ চিন্তা-ধাৰা ইতিবাচক হব।
ধনু, ২৩ নৱেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ

আপুনি কোনো সৰু ঘটনাক লৈ ব্যথিত হব আৰু পৰিস্থিতিৰ সৈতে খাপ খাই পৰাত কঠিনতা অনুভৱ কৰিব। কাৰণ আপোনাৰ চিন্তা-ধাৰা সলনি হৈছে। আপুনি অশান্তি অনুভৱ কৰি থাকিব। আপুনি খেলা-ধূলা আৰু শাৰীৰিক ব্যায়াম-অনুশীলনৰ সৈতে ব্যস্ত থাকিব। অৱশ্যে ভৰি বা চকুৰ ৰোগত ভুগিব পাৰে। আপোনাৰ চিন্তা-ধাৰা ইতিবাচক হব।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com