ধনু, ২৩ নৱেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ

আপোনাৰ ঋণ প্ৰত্যৰ্পিত হব। অৱশ্যে কৰ্মস্থলীত আপুনি কাৰোবাৰ ষড়যন্ত্ৰৰ বলি হব পাৰে।

পৰিস্থিতি সহজভাবে লওক। এনে দৃষ্টিভংগীয়ে আপোনাৰ সহজ কৰি তুলিব বিশেষকৈ যেতিয়া আপোনাৰ প্ৰেমিক বা প্ৰেমিকা ভাল মুডত নাথাকিব। অ-প্ৰয়োজনীয়ভাবে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিব। ধন টকা-পইচাৰ ক্ষেত্ৰত আপোনাৰ স্থিতি শক্তিশালী হৈ থাকিব। আপোনাৰ ঋণ প্ৰত্যৰ্পিত হব। অৱশ্যে কৰ্মস্থলীত আপুনি কাৰোবাৰ ষড়যন্ত্ৰৰ বলি হব পাৰে। আজি আপোনাৰ কৰ্ম-স্পৃহা অটুট থাকিব। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com