ধনু, ২৩ নৱেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ

ধনু, ২৩ নৱেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ

চন্দ্ৰৰ অনুকূল অৱস্থানে আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি কৰিব। আজি আপুনি কিছু সুখকৰ খবৰ লাভ কৰিব।
Published on

ডাঙৰ আবেগ-উদ্বিগ্নতাৰ অৱসান ঘটাই আপোনাৰ জীৱনত এটা নতুন অধ্যায় আৰম্ভ হবলৈ গৈছে। আপোনাৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত এক নতুন উদ্দীপনাৰ সৃষ্টি হব আৰু আপুনি নতুন সংগীৰ সংগ উপভোগ কৰিব। চন্দ্ৰৰ অনুকূল অৱস্থানে আপোনাৰ ভাগ্যৰ দুৱাৰ মুকলি কৰিব। আজি আপুনি কিছু সুখকৰ খবৰ লাভ কৰিব। ইয়ে আপোনাক দায়িত্ব পালনত সহায় কৰিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com