ধনু, ২৩ নৱেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ

আপুনি ক্ৰোধ পুহি ৰাখিব, কিন্তু তাৰ পৰা কোনো লাভ নাপাব। আকৌ এবাৰ কথাবোৰ অনুকূল হব।
ধনু, ২৩ নৱেম্বৰৰ পৰা ২১ ডিচেম্বৰলৈ

কোনো অ-প্ৰীতিকৰ কথাৰ অৱতাৰণা নকৰিব। কাৰণ এনে কথা চম্ভালি লোৱাৰ আপোনাৰ মানসিকতা বা শক্তি নাথাকিব পাৰে। আপুনি আজি আপোনাৰ সংগীৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন। আপুনি ক্ৰোধ পুহি ৰাখিব, কিন্তু তাৰ পৰা কোনো লাভ নাপাব। আকৌ এবাৰ কথাবোৰ অনুকূল হব। এতিয়াৰ সময় হৈছে একেলগে কাম কৰাৰ সময় আৰু ধাৰণাৰ আদান-প্ৰদান কৰাৰ সময়।    

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com