বৃষ (২১ এপ্ৰিলৰ পৰা ২১মেলৈ)

ছাত্ৰ-ছাত্ৰীসকলে গুৰুত্বপূৰ্ণ পৰীক্ষাত উত্তীৰ্ণ হব আৰু আপুনি ব্যৱসায় প্ৰসাৰণৰ বাবে ঋণ লাভ কৰিব।
বৃষ (২১ এপ্ৰিলৰ পৰা ২১মেলৈ)
Published on: 

আজিৰ দিনটো আপোনাৰ বাবে অনুকূল হব। আপুনি বন্ধুৰ দৰে আপোনাৰ সন্তানৰ তত্বাৱধান লব। আপুনি আপোনাৰ পিতৃ-মাতৃৰ প্ৰতিও শ্ৰদ্ধা আৰু মৰম দেখুৱাব। তদুপৰি আপুনি নতুন কিছু শিকাৰ সংযোগ পাব। ছাত্ৰ-ছাত্ৰীসকলে গুৰুত্বপূৰ্ণ পৰীক্ষাত উত্তীৰ্ণ হব আৰু আপুনি ব্যৱসায় প্ৰসাৰণৰ বাবে ঋণ লাভ কৰিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com