বৃশ্চিক, ২৪ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ

কিন্তু কোনো ব্যক্তিক অত্যধিক বিশ্বাস কৰাটোৱে হিতে বিপৰীত হব পাৰে। আপুনি দুচকু খোলা ৰখাৰ প্ৰয়োজন।
বৃশ্চিক, ২৪ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ
Published on: 

আপোনাৰ প্ৰেম-প্ৰীতিৰ জীৱন অতি ভাল হব। আপুনি এগৰাকী অতি সুন্দৰ সংগী লাভ কৰিব আৰু ইয়ে আপোনাক অফুৰন্ত শক্তি প্ৰদান কৰিব। আপুনি প্ৰতিটো কথাই মূল্যবান যেন অনুভৱ কৰিব। আপুনি চুটি ভ্ৰমণ হাতত লব পাৰে। কিন্তু কোনো ব্যক্তিক অত্যধিক বিশ্বাস কৰাটোৱে হিতে বিপৰীত হব পাৰে। আপুনি দুচকু খোলা ৰখাৰ প্ৰয়োজন। আপোনাৰ বিত্তীয় অৱস্থা ভাল হব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com