বৃশ্চিক, ২৪ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ

বৃশ্চিক, ২৪ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ

প্ৰেমাস্পদক সাক্ষাতে আপোনাক পুনৰুজ্জীৱিত কৰিব আৰু অতীতক পাহৰি যোৱাত সহায় কৰিব।
Published on

কোনো পুৰণি বন্ধু বা প্ৰাক্তন প্ৰেমিক বা প্ৰেমিকা আপোনাৰ জীৱনলৈ পুনৰ ঘূৰিহিব। আবেগ সাৱধানতাৰে নিয়ন্ত্ৰণ কৰক আৰু আপুনি আজি অতি সুখী হব। প্ৰেমাস্পদক সাক্ষাতে আপোনাক পুনৰুজ্জীৱিত কৰিব আৰু অতীতক পাহৰি যোৱাত সহায় কৰিব। আপুনি খোলাখুলিকৈ সকলো কওক। আপুনি হঠাতে কিবা আয় কৰিবলৈ সক্ষম হব। চেষ্টাৰ জৰিয়তে ফল লাভ কৰিব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com