বৃশ্বিক
বৃশ্চিক, ২৪ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ
আপুনি প্ৰেমিক বা প্ৰেমিকাৰ সৈতে নিৰলে সময় কটোৱাৰ সুযোগ পাব।
আজিৰ দিনটো আপোনাৰ বাবে প্ৰেম-ৰোমান্সৰ ক্ষেত্ৰত এক বিশেষ দিন। ৰোমাণ্টিক হবলৈ বিচৰা অপোনাৰ বহুদিনীয়া আশা পূৰণ হব। আপুনি উষ্ম আদৰণী পাব। আপুনি প্ৰেমিক বা প্ৰেমিকাৰ সৈতে নিৰলে সময় কটোৱাৰ সুযোগ পাব।