বৃশ্চিক, ২৪ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ

আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাৰ পছন্দ আৰু আপোনালোকৰ প্ৰেমৰ প্ৰতি যথোচিত গুৰুত্ব দিবলৈ এৰিছে।
বৃশ্চিক, ২৪ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ
Published on: 

আপুনি ক্ৰমে অনুভৱ কৰিবলৈ ল'ব যে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাৰ পছন্দ আৰু আপোনালোকৰ প্ৰেমৰ প্ৰতি যথোচিত গুৰুত্ব দিবলৈ এৰিছে। এই সম্পৰ্কত আপুনি তেওঁৰে আলোচনা কৰিলে সকলো স্পষ্ট হব। কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা আপুনি মূল্যবান পৰামৰ্শ লাভ কৰিব পাৰে। ইয়ে আপোনাক বৰ্তমানে আপুনি সন্মুখীন হৈ থকা এক জটি ল পৰিস্থিতিৰ পৰা ৰক্ষা পোৱাত সহায় কৰিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com