বৃশ্চিক, ২৪ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ

ৰকাৰৰ সৈতে সম্পৰ্কিত পৰি থকা কাম সম্পন্ন হব। ভালৰ বাবে আপোনাৰ জীৱনশৈলীৰ পৰিৱৰ্তন সাধন বিচাৰিব।
বৃশ্চিক, ২৪ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ
Published on: 

আপুনি প্ৰেমিক বা প্ৰেমিকাৰ পৰা উপযু্ক্ত সঁহাৰি লাভ কৰি থাকিব। কিন্তু কোনোবা এজন বন্ধুৱে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। এই ভুল বুজাবুজি দূৰ হব আৰু আপোনালোকৰ মাজৰ সম্পৰ্ক অধিক গাঢ় হব। চৰকাৰৰ সৈতে সম্পৰ্কিত পৰি থকা কাম সম্পন্ন হব। ভালৰ বাবে আপোনাৰ জীৱনশৈলীৰ পৰিৱৰ্তন সাধন বিচাৰিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com