বৃশ্চিক, ২৪ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ

আপুনি দৈনন্দিন কাম-কাজো ভালদৰে সম্পন্ন কৰিব। আপোনাৰ কোনো বিত্তীয় সমস্যা নাথাকিব।
বৃশ্চিক, ২৪ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ

কৰ্ম জীৱনত সন্মুখীন হোৱা সমস্যাই আপোনাৰ দৃষ্টিভংগী সলনি কৰিব। আপোনাৰ প্ৰেম-জীৱনৰ ক্ষেত্ৰত কেতবোৰ পাৰ্থক্যৰ সৃষ্টি হব। এক ব্যৱদানৰ সৃষ্টি হব পাৰে। সময় আপোনাৰ বাবে অনুকূল। আপুনি ইচ্ছা-আকাং৭া পূৰণ কৰিবলৈ সক্ষম হব। আপুনি দৈনন্দিন কাম-কাজো ভালদৰে সম্পন্ন কৰিব। আপোনাৰ কোনো বিত্তীয় সমস্যা নাথাকিব। ধনৰ আগমন অব্যাহত থাকিব।   

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com