বৃশ্চিক, ২৪ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ

কিন্তু আপুনি ধন বা বিত্তীয় দিশত সাৱধান হোৱা উচিত। কোনো অচিনাকী ব্যক্তিক বিশ্বাসত নলব।
বৃশ্চিক, ২৪ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ
Published on: 

অতীতৰ প্ৰেম-বিচ্ছেদৰ ধটনাই আপোনাক কোনোবাজনৰ নেতিবাচক দিশ মানি লবলৈ বাধ্য কৰিব আৰু আপুনি অধিক বুজা-পৰাৰ গুণ আয়ত্ব কৰিব। ইয়ে আপোনাৰ জীৱনত ঘটিবলৈ গৈ আছে। ধনৰ বাল আগমণ ঘটিব। কিন্তু আপুনি ধন বা বিত্তীয় দিশত সাৱধান হোৱা উচিত। কোনো অচিনাকী ব্যক্তিক বিশ্বাসত নলব।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com