বৃশ্চিক, ২৪ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ

আপোনাৰ বিত্তীয় অৱস্থা সুস্থিৰ হৈ থাকিব। কৰ্মস্থলীত আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হব।
বৃশ্চিক, ২৪ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ
Published on: 

আপোনাৰ স্বাধীন-চিতিয়া মনোভাৱে অধিক স্বাধীনতা বিচাৰিব। কিন্তু আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই এই কথা ভাল নাপাব। আপুনি বেয়াৰ সৈতে ভালক আদৰি লব লাগিব। এজন সম্পৰ্কীয় ব্যক্তিৰ ক্ষেত্ৰত আপুনি ভাল খবৰ পাব। ইয়ে আপোনাৰ মুখতো হাঁহি বিৰিঙাব। আপোনাৰ বিত্তীয় অৱস্থা সুস্থিৰ হৈ থাকিব। কৰ্মস্থলীত আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হব। আপোনাৰ আত্মবিশ্বাস অটুট থাকিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com