বৃশ্চিক, ২৪ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ

বৃশ্চিক, ২৪ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ
Published on: 

আজি আপোনাৰ মানসিক দৃঢ়তা আৰু স্পৃহা উচ্চ থাকিব। কৰ্মস্থলীত আপুনি ব্যতিক্ৰমতাৰে দায়িত্ব সম্পাদন কৰিব। বন্ধুবৰ্গ আৰু পৰিয়ালৰ পৰা আপুনি সহায় লাভ কৰিব। বিত্তীয় দিশৰ পৰা আপোনাৰ কোনো ডাঙৰ চিন্তা নাথাকিব। এজন প্ৰভাৱশালী ব্যক্তিৰ সৈতে সাক্ষাতে আপোনাৰ প্ৰগতিৰ দুৱাৰ মুকলি কৰিব। চৰকাৰী সম্পৰ্কিত কাম শেষ হব।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com