বৃশ্চিক, ২৪ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ

আপুনি আনৰ আগত আপোনাৰ ভাবমূৰ্তি উজ্জ্বল কৰাৰ চেষ্টা কৰিব। আপুনি আকাংক্ষিত কোনো কাম নিজ হাতেৰে কৰিব।
বৃশ্চিক, ২৪ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ
Published on: 

আপুনি বৰ্তমানৰ প্ৰেমৰ সম্পৰ্কৰ অৱসান বিচাৰিব পাৰে। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে আপুনি দুৰ্বাদল তৰ্ক-বিতৰ্কত লিপ্ত হব পাৰে। ইয়ে আপোনাক অকলশৰীয়া কৰিব পাৰে। কেৰিয়াৰত উন্নতিৰ বাবে চলোৱা চেষ্টা ফলদায়কৰূপে প্ৰমাণিত হব। আপুনি আপোনাৰ খং আৰু কথাত নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন। আপুনি আনৰ আগত আপোনাৰ ভাবমূৰ্তি উজ্জ্বল কৰাৰ চেষ্টা কৰিব। আপুনি আকাংক্ষিত কোনো কাম নিজ হাতেৰে কৰিব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com