বৃশ্চিক, ২৪ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ

আপুনি কাম-কাজ উত্সাহেৰে কৰিব। আয়ৰ নতুন পথ মুকলি হব।
বৃশ্চিক, ২৪ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ

সাৱধানতাক উৰুৱাই নিদিব। যদিহে তাকে কৰে তেন্তে আপুনি বিপদৰ গৰাহত পৰিব আৰু উদ্ধাৰৰ বাবে কোনো লোককে নাপাব। এয়া এনে সময়, যি সময়ত আপুনি লাহে লাহে আগবঢ়া উচিত। আপোনাৰ বাবে সময় অনুকূল। আপুনি কাম-কাজ উত্সাহেৰে কৰিব। আয়ৰ নতুন পথ মুকলি হব।  

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com