বৃশ্চিক, ২৪ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ

কোনো প্ৰতিযোগিতামূলক পৰীক্ষাত আপুনি প্ৰদৰ্শন কৰা ফলাফল আপোনাৰ অনুকূল নহব পাৰে।
বৃশ্চিক, ২৪ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ
Published on: 

পৰিয়ালত দেখা দিয়া কোনো সমস্যাই আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা আঁতৰত ৰাখিব। আপুনি প্ৰেমিক বা প্ৰেমিকাৰ সৈতে প্ৰতিটো মুহূৰ্ত কটাবলৈ বিচাৰিব। আপুনি কোনো গুৰুতৰ মানসিক আঘাত পাব পাৰে। কোনো প্ৰতিযোগিতামূলক পৰীক্ষাত আপুনি প্ৰদৰ্শন কৰা ফলাফল আপোনাৰ অনুকূল নহব পাৰে। আপুনি আপোনাক আগবঢ়াই নিয়াৰ প্ৰয়োজন। সফলতা আহি আছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com