বৃশ্চিক, ২৪ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ

আপোনাৰ যশস্যা বৃদ্ধি পাব আৰু সন্মানো অৰ্জন কৰিব। ব্যৱসায় সম্পৰ্কত আপুনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লব।
বৃশ্চিক, ২৪ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ
Published on: 

আপুনি অতি ব্যস্ততাৰ মাজেৰে আজিৰ দিনটো অতিবাহিত কৰিবলৈ অগ্ৰসৰ হৈছে। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সৈতে কোনো এক নতুন স্থান ভ্ৰমণলৈ যাব। আপুনি বিবাহৰ প্ৰস্তাৱ আগবঢ়োৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ যশস্যা বৃদ্ধি পাব আৰু সন্মানো অৰ্জন কৰিব। ব্যৱসায় সম্পৰ্কত আপুনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লব। জিৰণিৰ বাবে সময় উলিয়াব আৰু পুনৰুজ্জীৱিত হওক।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com