বৃশ্বিক, ২৪ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ

আপোনাৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰত কিছু উন্নতি সাধন হব। এইক্ষেত্ৰত অধিক মনোযোগ আৰু প্ৰেম থাকিব।
বৃশ্বিক, ২৪ অক্টোবৰৰ পৰা ২২ নৱেম্বৰলৈ
Published on: 

আপুনি প্ৰেম-প্ৰীতিৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন বিচাৰিব পাৰে। গতিকে প্ৰেম-প্ৰীতিৰ আপুনি গুৰুত্ব দিয়া বিষয় সলনি কৰিব পাৰে। আপুনি অধিক দূৰলৈ অগ্ৰসৰ নহব। কাৰণ সেইখিনি আপুনি চম্ভালি লবলৈ সক্ষম নহব পাৰে। আপোনাৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰত কিছু উন্নতি সাধন হব। এইক্ষেত্ৰত অধিক মনোযোগ আৰু প্ৰেম থাকিব। ভ্ৰমণৰ সুযোগ আছে। আপুনি ভ্ৰমণ কেনেদৰে আপোনাৰ উপযোগী কৰে, সেয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com