বৃষ (২১ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ)

আপুনি কোনো ব্যক্তিক অধিক বিশ্বাস কৰাৰ বাবে মূল্য ভৰিব লগা হ’ব পাৰে।
বৃষ (২১ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ)
Published on

এতিয়াৰ সময় আপোনাৰ বাবে ধীৰে-সুস্থিৰে আগবঢ়াৰ সময়। দৃষ্টিভংগীৰ ক্ষেত্ৰত আপুনি সাৱধান হ'ব। আপুনি শ'লঠেকত পৰিলে সদায়ে উদ্ধাৰকৰ্তা নাপাব পাৰে।আপুনি সপোন বা অৱস্থাৱতাৰ মাজৰ পৰা ওলাই আহি বাস্তৱত খোজ পেলাওক। আপুনি কোনো ব্যক্তিক অধিক বিশ্বাস কৰাৰ বাবে মূল্য ভৰিব লগা হ'ব পাৰে। ই আপোনাৰ স্বাৰ্থ কোনোপধ্যে ৰক্ষা নকৰে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com