কুম্ভ , ২১ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ

আপুনি কোনো ধৰ্মীয় কাম সম্পন্ন কৰিব। আপুনি প্ৰতিদ্বন্দ্বীৰ পৰা মুক্তি পাব আৰু আপোনাৰ কাম সম্পন্ন কৰিবলৈ সক্ষম হব।
কুম্ভ , ২১ জানুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীলৈ

আপোনাৰ অন্তৰ্মুখী স্বভাৱে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক বুজি পোৱাত আৰু সঠিক সিদ্ধান্ত লোৱাত বহু জটিলতাৰ সৃষ্টি কৰিব। প্ৰেমিক বা প্ৰেমিকাৰ সৈতে মুকলি-মুৰীয়াকৈ কথা পাতক আৰু তেওঁৰ সৈতে কথা—তৰাবোৰ ভাগ-বাটোৱাৰা কৰক। আপুনি কোনো ধৰ্মীয় কাম সম্পন্ন কৰিব। আপুনি প্ৰতিদ্বন্দ্বীৰ পৰা মুক্তি পাব আৰু আপোনাৰ কাম সম্পন্ন কৰিবলৈ সক্ষম হব। কামবোৰ আগবাঢ়িব।   

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com