মকৰ, ২২ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ

মকৰ, ২২ ডিচেম্বৰৰ পৰা ২০ জানুৱাৰীলৈ
Published on: 

আত্মবিশ্বাসৰ সৈতে আপুনি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। তদুপৰি আপুনি কেতবোৰ পৰীক্ষা বা প্ৰতিযোগিতাত উত্তীৰ্ণ হব। আপোনাৰ প্ৰতিশ্ৰুতিবদ্ধতাই বহুতৰে অন্তৰ জয় কৰিবলৈ সক্ষম হব। কাম সম্পূ্ৰ্ণ কৰাৰ বাবে আপুনি ৰাজনৈতিক সম্পৰ্কৰ উত্তম ব্যৱহাৰ কৰিবলৈ সক্ষম হব। আপুনি উচ্চপদস্থ বিষয়াৰ সৈতে কথা পাতিব। ব্যৱসায়িক কাম-কাজৰ জৰিয়তে আপুনি অনেক ধন অৰ্জন কৰিবলৈ সক্ষম হব।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com