বৃষ( ২১ এপ্ৰিলৰ পৰা ২১ মেলৈ)

কৰ্মস্থলীত আপুনি অতিৰিক্ত হেঁচাৰ সন্মুখীন হব। ইয়ে আপোনাৰ মানসিক চাপ বৃদ্ধি কৰিব পাৰে।
বৃষ( ২১ এপ্ৰিলৰ পৰা ২১ মেলৈ)

এই সময়ছোৱা আপোনাৰ বাবে কঠিন সময় । আপুনি আপোনাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে অধিক কষ্ট কৰাৰ প্ৰয়োজন হব। সমস্যা সমাধানৰ বাবে আপুনি সংগীৰ সৈতে আলোচনা কৰাৰ প্ৰয়োজন হব। কৰ্মস্থলীত আপুনি অতিৰিক্ত হেঁচাৰ সন্মুখীন হব। ইয়ে আপোনাৰ মানসিক চাপ বৃদ্ধি কৰিব পাৰে। আপুনি আপোনাৰ স্বাস্থ্যৰ যতন লওক। আপুনি ধ্যান, যোগ আৰু শাৰিৰীক ব্যায়াম কৰাৰ প্ৰয়োজন। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com