বৃষ,২১ এপ্ৰিলৰ পৰা ২১ মেলৈ

আপোনাৰ বিত্তীয় অৱস্থাৰ উন্নতি সাধন ঘটিব। আপুনি ধাৰে দিয়া ধন ওভতাই লাভ কৰিব।
বৃষ,২১ এপ্ৰিলৰ পৰা ২১ মেলৈ
Published on: 

আপোনাৰ সংগীৰ সৈতে সুষম সম্পৰ্ক স্পষ্ট হৈ উঠিব। অৱশ্য়ে প্ৰত্যাশা অনুসৰি সুফল লাভ নকৰিব পাৰে। গতিকে কামত আপুনি অধিক গুৰুত্ব আৰোপ কৰিবলগীয়া হব পাৰে। আপোনাৰ বিত্তীয় অৱস্থাৰ উন্নতি সাধন ঘটিব। আপুনি ধাৰে দিয়া ধন ওভতাই লাভ কৰিব। আপুনি এয়া আশা নকৰাকৈ ভাল ফল লাভ কৰিব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com