বৃষ, ২১ এপ্ৰিলৰ পৰা ২১ মেলৈ

আপুনি হাতখুলি ঠকা-পইচা খৰচ কৰিব। আজিৰ দিনটো সকলো দিশৰ পৰাই আপোনাৰ বাবে ভাল দিন।
বৃষ, ২১ এপ্ৰিলৰ পৰা ২১ মেলৈ
Published on

অলাগতিয়াল-অপ্ৰয়োজনীয় কথা আলোচনা কৰি আজিৰ দিনটোৰ বহু সময় আপুনি নষ্ট কৰিব পাৰে। আপুনি নিজৰ ব্যক্তিগত বিষয় আৰু পেছাগত বিষয়ৰ মাজত সীমাৰেখা টনাৰ প্ৰয়োজন। সম্পৰ্কীয় মানুহৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হব। আপুনি হাতখুলি ঠকা-পইচা খৰচ কৰিব। আজিৰ দিনটো সকলো দিশৰ পৰাই আপোনাৰ বাবে ভাল দিন।   

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com