বৃষ, ২১ এপ্ৰিলৰ পৰা ২১ মেলৈ

আপুনি প্ৰেমত পৰিবলৈ আজি চেষ্টা কৰিব পাৰে ৷ প্ৰেমৰ দেৱীয়ে আপোনাক নিৰাশ নকৰিব ৷
বৃষ, ২১ এপ্ৰিলৰ পৰা ২১ মেলৈ

অবিবাহিতসকলে প্ৰেমত পৰাৰ সুযোগ পাব ৷ আপুনি প্ৰেমত পৰিবলৈ আজি চেষ্টা কৰিব পাৰে ৷ প্ৰেমৰ দেৱীয়ে আপোনাক নিৰাশ নকৰিব ৷ কিন্তু পচ্ছন্দ আৰু অগ্ৰাধিকাৰৰ প্ৰতি লক্ষ্য ৰাখিব ৷ আপুনি পূৰ্ণ প্ৰস্তুতিৰে আজি কৰ্মস্থলীলৈ আহিব আৰু সম্পূৰ্ণ উৎসৰ্গিত মনোভাবেৰে কাম কৰিব ৷ পৰিয়ৰলৰ সদস্যৰ পৰাও আপুনি যথাযোগ্য সন্মান পাব ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com