বৃষ, ২১ এপ্ৰিলৰ পৰা ২১ মেলৈ

আজি আপোনাৰ বাবে চন্দ্ৰৰ অৱস্থান ভাল। আপোনাৰ মনত কিছু সন্দেহ থাকিব
বৃষ, ২১ এপ্ৰিলৰ পৰা ২১ মেলৈ
Published on

প্ৰেমিক বা প্ৰেমিকাৰ সৈতে আপুনি কিছু সময় কটালে সম্পৰ্কৰ গভীৰতাই এক নতুনতা লাভ কৰিব। প্ৰেমিক বা প্ৰেমিকাৰ সৈতে ইমানেই গভীৰভাবে সংপৃক্ত হব যে বাহিৰৰ পৃথিবীখনৰ প্ৰতি আপোনাৰ কাণ-সাৰ নাথাকিব। আজি আপোনাৰ বাবে চন্দ্ৰৰ অৱস্থান ভাল। আপোনাৰ মনত কিছু সন্দেহ থাকিব। কিন্তু যদি আপুনি ভগৱানক আৰাধনা কৰে তেন্নে আপোনাৰ মন দাপোনাৰ দৰে ফটফটীয়া হব। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com